অভিজ্ঞ শিক্ষকৰ ক্লাছ
ইয়াৰ দ্বাৰা ১০ম ৰ পৰা ১২ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে বিনামূলীয়াকৈ ঘৰতে বহি টিউচন ল’ব পাৰিব
ম’বাইলৰ স্ক্ৰীণতে বিনামূলীয়াকৈ উচ্চমানৰ টিউচন
ঘৰতে বহি বা ম’বাইলৰ স্ক্ৰীণতে বিনামূলীয়াকৈ উচ্চমানৰ টিউচন পোৱাটো আমাৰ সমষ্টিৰ বাবে এক ডাঙৰ উপহাৰ।
Top Rated Courses
দশমৰ পৰা দ্বাদশ শ্ৰেণীলৈ—প্ৰতিটো গুৰুত্বপূৰ্ণ বিষয়ৰ সঠিক আৰু সহজ সমাধান এতিয়া মাত্ৰ একেটা প্লেটফৰ্মতে।
ঘৰতে বহি বা ম’বাইলৰ স্ক্ৰীণতে বিনামূলীয়াকৈ উচ্চমানৰ টিউচন পোৱাটো আমাৰ সমষ্টিৰ বাবে এক ডাঙৰ উপহাৰ।
ইয়াৰ দ্বাৰা ১০ম ৰ পৰা ১২ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে বিনামূলীয়াকৈ ঘৰতে বহি টিউচন ল’ব পাৰিব
আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে, আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ নৱম, দশম আৰু একাদশ শ্ৰেণীৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক বিকাশৰ বাবে আমি এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছোঁ। শিক্ষাৰ্থীসকলৰ সহায় হোৱাকৈ আমাৰ তৰফৰ পৰা সম্পূৰ্ণ বিনামূলীয়া টিউশ্যন (Free Tuition) ৰ ব্যৱস্থা কৰা হৈছে।
Download Now
মাৰ্ঘেৰিটাৰ শিক্ষাৰ্থীৰ বাবে সম্পূৰ্ণ বিনামূলীয়া 'esiksha App'